Bangla love sms is available to my site. This site will get all kinds of Bangla SMS, Bangla Poetry, love stories and much more together. Adding new SMS and content every day here. So stay with us, thank you.

Showing posts with label Assamese Shayeri. Show all posts
Showing posts with label Assamese Shayeri. Show all posts

Sunday, 23 June 2019

Assamese Shayeri, best Assamese Shayeri [2019] assamese love Shayeri, assamese sad Shayeri,

Assamese Shayeri 

A Huge Collection Of Assamese Shayeri
Do You Want To Express Your Love.
Now You Are The Best Place Because
We Provide You Some Very Interesting Assamese Language Shayeri That's Can Help You To Express Your Love Just Copy And Send Your Bf/gf...!! We Daily Publish Shayari You Can Read All Shayeri Go To Home page And Read It


Assamese Sad Shayeri :

1.মোৰ সচা মৰমক
বুজি নাপালা তুমি 😏 😣 😥 😮 🤐 😯


2.মোৰ বেয়া পোৱা মানুহ বেছি কাৰণ নাই অভিনয় কৰিব নাজানো ।



3.আমাৰ চকুজুৰিয়ে, সাধাৰণতে, সেইবোৰ বস্ত্তহে পচন্দ কৰে, যাক সহজতে পাবলৈ কঠিন। 😏😣☹😕


4.আচলতে মই বেয়া নাছিলোঁ, পৰিস্থিতিয়ে মোক বাদ্য কৰালে বেয়া হবলৈ ।



5.তোমাৰ অবিহনে জীয়াই থকাটো বহু কঠিন আৰু এই কথা তোমাক কোৱাটো তাতকৈয়ো কঠিন ।



6.অতি সোনকালে যিবোৰ মানুহ আপোন হয়, সেই মানুহবোৰ অতি সোনকালেই বহুত দূৰ গুচি যায় ।



7.সমাজৰ কথা নাভাবিবা "মানুহে কি কব ",সমাজটো ভগৱানকো দোষী সাজে, আৰু তুমি মই সাধাৰণ মানৱ হে ।


Assamese heart broken Shayeri

8.চকুপানীৰ কোনাে ওজন নাথাকে যদিও চকুপানীয়ে কঢ়িয়াই আনে অনুভৱ আৰু বিষাদৰ এক গধুৰ বােজা |
😭😭🥺😢😔😞




9.বৰ্তমান যুগত সহজ-সৰল মানুহবোৰে আটাইতকৈ বেছি কষ্ট পাই কাৰণ সিহঁতে সকলো মানুহকে নিজৰ দৰে বুলি ভাবে ।



10.কাৰোবাক ইমান বেছি ভাল পাই নেপেলাব কাৰণ তেওঁ দিয়া আঘাত আপুনি সহ্য কৰিব নোৱাৰিব ।



11.যদি কোনোবা এনেকুৱা এজন থাকিলেহেঁতেন যি কাষলৈ আহি কয় "দুখ নকৰিবা, তোমাৰ দুখত মোৰো দুচকু সেমেকে " ।



12.আনৰ দুখ সিহঁতে বুজিব শিকে যিয়ে নিজৰ দুখৰ চকুলো লুকাই হাঁহিব শিকে ।



13.ভালপােৱা হল সপােনৰ এটা ঠিকনা..যাৰ খােজ পােৱাটো সহজ, কিন্তু সঠিক মনৰ মানুহ পােৱাটো কঠিন..!!


14.ভালটো সকোৱেই পাব পাৰে, কিন্তু ভালপােৱা সকলােৱে বুজিব নােৱাৰে,
😟😕🙁☹😏😒


Assamese heart Touching Shayeri


15.কাৰোবাৰ অবিহনে সুখী হব নোৱাৰো বুলি জনাৰ পাছতো অকলশৰে সুখী হবলৈ কৰা ব্যৰ্থ প্ৰচেষ্টাই হল মোৰ জীৱন ।



16.প্ৰেম, কেতিয়াও সন্দেহ হব নোৱাৰে, সন্দেহ তো তুমি মোক বা মই তোমাক কৰোঁ ।


17.আকাশত ডাৱৰ যেতিয়া গধুৰ হৈ পৰে তেতিয়াই বৰষুণ হৈ সৰি পৰে আৰু হৃদয়ত যেতিয়া দুখৰ বোজা গধুৰ হৈ আহে তেতিয়াই দুচকুৰে চকুপানী হৈ নিগৰি আহে ।


18.বন্ধুত্বৰ পিছত ভালপোৱা, বহু সুন্দৰ হয় । কিন্তু ভালপোৱা হেৰাই যোৱাৰ পিছত বন্ধুত্ব কৰাটো অসম্ভৱ ।


19.মই সেইজন, যিজন হোৱাটছএপ, ফেচবুকৰ এই বিশাল জনগােষ্ঠীৰ মাজত থাকিও মাজে মাজে। নি:সংগ হৈ পৰাে😞😒😔🙁😣😩😫



20.আকাশ যদিও শুৱনি
তাত আছে মেঘৰ গাজনি
প্ৰেম যদিও মধুৰ
হিয়াত আছে বেদনা গধুৰ
জীৱন যদিও মধুৰ
ইয়াত আছে বিৰহ বেদনা অধিক…. 😏 😣 😥 😮 🤐



21.সকলােকে সহজে বিশ্বাসত লােৱাটো সঠিক নহয়। কাৰণ, চেনি আৰু নিমখৰাে তাে ৰং বগা কিন্তু সােৱাদ ভিন্ন 🧐🤨😒😔😩😫😭😭



22.মোৰ সচা মৰমক
বুজি নাপালা তুমি 😏 😣 😥 😮 🤐 😯




23.দুখ তেতিয়াই লাহে যেতিয়া দুইজন Online থাকো অথচ ইজনে সিজনক Message নকৰো । যত কল্পনা শেষ তাৰ পৰাই বাস্তৱতাৰ আৰম্ভণী ।




24.তােমাক যিমান বাৰ দেখাে প্রতিবাৰে। বুকুখন কঁপি উঠে। কিন্তু
বুকুৰ নাে দোষ কি, কম্পনতাে স্মৃতিৰ আঘাতে হে কৰে।।
😭🥺😢😩😫😣😕😟

Assamese sad sms

25.দেহৰ মৃত্যু হলে সকলোৱে কান্দে, কিন্তু মনৰ মৃত্যুত নিজেই কান্দিব লগীয়া হয় ।


26.যিদিনা বুজিবা ভুল তোমাৰে আছিল, সিদিনা মোক পাগলৰ দৰে বিচাৰিবা আৰু চকু পানীৰ পৰিমানটো মোতকৈও বেছি হ'ব তেতিয়া । 😭😢😩😫


27.যেতিয়া নিথৰ হব মোৰ শৰীৰ, তেতিয়া হয়তো তুমি কান্দিবা, দুখ লাগে এইকাৰণেই যে তোমাৰ চকুলো মচি দিবলৈ মই তোমাৰ উচৰত নাথাকিম ।



28.প্ৰেমৰ এটি স্বৰূপ বিশ্বাস....
যাৰ অবিহনে এটি সম্পৰ্ক সদায় আধৰুৱা....



29.মনৰ পৰা বেয়া নহয় মই মাথোঁ কিছুমান মানুহৰ পচন্দৰ নহয় মই । 😒😏🧐



30.জীৱনটো যেন ঘড়ীটোৰ দৰে হৈ পৰিছে ।
প্ৰয়োজন নহলে কোনেও মনত পেলাব নিবিছাৰে ।
😒 😓 😔 😕



31.যেতিয়া মুখৰ কথাৰ কোনো গুৰুত্ব নাথাকে,তেতিয়া মৌনতাই শ্ৰেষ্ঠ উত্তৰ । 😶😐😑😬


32.মনৰ একোণত তােমাৰেই প্ৰতিছবি, হেঁপাহৰে জিৰােৱা এমুঠি প্রতিশ্রুতি



33.অকলশৰীয়া তেওঁ নহয়, যাৰ প্ৰেমিক অথবা প্ৰেমিকা নাই, অকলশৰীয়া তেওঁহে যাৰ মা-দেউতা নাই ।



34.ত্যাগ আগতে কৰিছিলোঁ আনৰ সুখৰ বাবে , এতিয়া কৰি আছো নিজৰ সুখৰ বাবে ।


Assamese Heart broken sms

35.কষ্ট তেতিয়া হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে ।


36.তুমি মােৰ বাবে এতিয়া মাথাে এক কল্পনাৰ সুবাস, ব্যাপ্ত | আৰু .... যে এক বন্ধ হয় যােৱা ঘড়ী দৰে।


37.যেতিয়া | অকলশৰীয়া হৈ পৰাে, | মাজে মাজে এয়া ভাবিও শান্তি লওঁ
"মই এতিয়া আৰু তােমাৰ বিৰক্তিৰ কাৰণ হৈ থকা নাই"
😏😞😔😟😕🙁☹☹



38.মই সেইদিনালৈ ভাল হৈ আছিলাে। যিদিনালৈকে তােমাৰ আশাক গুৰুত্ব দিছিলাে,
যিদিনা আইনখনত চাই নিজৰ বাবে মােহ। জাগিল, সেইদিনাই তুমি মােক এটা নাম দি দিলা-

“স্বার্থপৰ” 😟😔😞



39. মই সেইবাবেই সুখী , Bukur Majot Umoli thoka দুখটোৰ নামেই তুমি ” 🤨 😐 😑 😶 🙄 😏 😣 😥



40.জীৱনবাটত আপােনতাে কোনাে নাই, মাথাে স্বার্থৰ বাবেহে আপােন হােৱাৰ।
অভিনয় কৰিব আহে, স্বার্থৰ শেষ,লগে লগে সম্পর্কও শেষ।
😕😟😞😒😏😏



41.যাৰ বাবে আমি এই পৃথিৱীখন ত্যাগ কৰিবলৈ সাজু থাকো , এদিন সেই মানুহজনেই আমাক ত্যাগ কৰি গুচি যায় ।



42.❤️Kathin hilakhondor major 😒
❣️mur nisfak hridayar biloi kune bujibo💟
😕Jak hape kamura nai teu bikh ki bujibo..😒.



43.মোৰ বাগিছাত ফুল হৈ ফুলিলা
মোৰ পদূলিত জোনাক হৈ নামিলা
ভালপোৱা ৰঙৰ কবিতা সিচিঁলা
অজানিতে কিয় মোৰ ডেউকা ভাঙিলা…. 💔 ❣️ 💕 💞 💓




44.জীৱনত যাৰ লগত সুখ-দুখবোৰ ভগাই লোৱাৰ কথা আছিল,তেঁওৱেই চোন মোক দুখ দি আঁতৰি গুচি গল । ☹🙁😔



45.মই হৰি গলোঁ আজি তোমাৰ ওচৰত, কাৰণ, তোমাৰ মৰম ভালপোৱা কিনিবলৈ সিমান ধন-সোণ, সা-সম্পত্তি মোৰ নাই ।



46.বুকুখনৰ বিষবোৰ !তামোলৰ দৰে ফালি দেখুৱাব পৰা হলে!কিছু শান্তি পালো হয় ৷ 💔💔💔💔💔



47.Akakh jodiu huwani tat asse meghor gajoni😓 😔
Prem jodiu modhur hiyat asse bedona godhur 🖤 ❣️
Jibon jodiu modhur 😓 😔
Iyat asse biroh bedona adhik 🖤 ❣️



48.মানুহৰ জীৱনটোৰ... জন্মৰ সময়খিনি আনন্দময়। মৃত্যুৰ সময়খিনি শান্তিময় । মাজমাধ্যমত বাকী সময়খিনি অকলে নথকাৰ এক অভিনয় । 😢😭☹🤨😟



49.আজিৰ সমাজত টকা সংগ্ৰহ কৰাটো সহজ কিন্তু সংস্কসাৰ সংগ্ৰহ কৰিবলৈ বহুত কঠিন ।


Assamese Shayeri,


50.শুনিছা, আজি পুনৰ ভিজিলাে মাথাে তােমাক এবাৰ লগ পােৱাৰ হেপাঁহত আৰু নাে কি কৰিম কোৱা? মই যে দেখাে তােমাৰেই প্রতিচ্ছবি এই মতলীয়া বৰষুণৰ প্রতি টোপালত




51.তোমাক যে মই বেয়া পাম নাভাবিবা কাৰণ তুমি সেইটোৰো যোগ্য নহয় ।





52.এই Digital সময়ত মেছেজৰ লেহেমীয়া Reply য়ে কাৰোবাৰ ভাল লগা মুহূৰ্ত বোৰকো নাইকিয়া কৰি পেলায়।




53.Shaturibo Nojona Nohoy Premor Shagorot Enekoi Aadhate Haat Eri Dila Tumi Etiato Dubi Jowai Mangal.


Assamese Shayeri


54.অনুভূতিবোৰ আগৰ দৰেই আছে তুমি সলনি হৈ গলা, সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল ।




55.আজি তুমি ONLINE আছা মইয়াে ONLINE আছোঁ।
পার্থক্য মাথোঁ এয়া যে মই তােমাৰ REPLYৰ অপেক্ষা কৰি আছোঁ আৰু তুমি আনৰ |.
😏 😣 😥 😮




56.আপোনাক অৱহেলা কৰাজন কোনোদিনেই আপোনাৰ আপোন নাছিল, তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোন হোৱাৰ ।




57.আচৰিত আমাৰ জীৱনটো এদিন মৰিবৰ কাৰণে গোটেই জীৱন জীয়াই থাকিব লাগে । ☹🤔😔




58.সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়, সম্পৰ্ক শেষ হয় অহংকাৰ,অসন্মান,স্বাৰ্থপৰতা আৰু বিশ্বাসঘাটকতাৰ বাবে ।




59.জীৱনটো যেন ঘড়ীটোৰ দৰে হৈ পৰিছে ।
প্ৰয়োজন নহলে কোনেও মনত পেলাব নিবিছাৰে ।
😒 😓 😔 😕




Assamese Love shayeri :

Everyone Do Love In This World.
What Someone Get his Love Or Someone Lose His Love But If You Do Love And Someone Ignore You Then You Feeling Very Upset And Thinking "How Can I Get My Love back"
So Guy's Wake Up And Copy Our Shayeri And Send To Your Crush Your Crush Will Be Impress With You We Have Lots Of Collection Of Shayeri I Hope You Like It Thank You

Assamese love Shayeri :

1.সপােনবােৰক মােৰ ভাল লগা
হৈছে কিয় জানা
কাৰণ, সপােনবােৰত মােৰ
তুমি থাকা
💛🧡💛💙💙💜




2.ধুনীয়া জীৱন মানে কি বুজা তুমি,
দেখানে প্রিয়া মােৰ দৰে এখন
সপােনৰ পৃথিৱী, য'ত আছে
কেৱল তুমি মই আৰু প্রকৃতি
💞💓😍🥺❤💖




3.হাঁহি হ'ল Electricity, জীৱনতো
এটা Battery, যেতিয়াই তুমি হাঁহি
মাৰা Battery চাৰ্জ হ'বলৈ ধৰে
আৰু ধুনীয়া দিন এটা সক্ৰিয় হ'
বলৈ আৰম্ভ কৰে - গতিকে হাঁহি
থাকা



4.Karubar Kaax Shapiboloi
Homoy Lage, Karubak
Aapon Koriboloi Homoy
Lage, Moito Bohudinote
Bisarisilo Tomak, . .
Bhagawane Kole Amulya
Bostu Paboloi Homoy Lage.




5.তুমি কি বুজিবা? ফোনৰ গেলেৰীত
মােৰ ফটো মাত্র কেইখনমান, বাকী
সকলাে তােমাৰ ফটো মাজে মাজে
এনে লাগে ফোনটো নামতহে মােৰ ।
তাৰ ভিতৰতাে দেখােন তুমি আৰু তুমি ।


Love shayeri

6.Karobar Kash Shapiboloi Somoy Lage, Karobak Aapon Koriboloi Somoy Lage, Moito Bohudinote Bisarisilo Tomak, Bhagavane Kole Omulya Bastu Paboloi Somoy Lage. 😍 😘 🥰 😗 😙 😚 ☺️ 🙂 🤗 🤩



7.এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই ।



8.Kahanio Joibonot Ekoke Bisora Nasilo Jetiyai Tumak Log Palo Shokolo Pay Galo Aaru Ketiao Eko Nibisaro Buli Thirang Korilo.



9.ক্ষন্তেকীয়া জীৱন কালিলৈ কি হয় কোনে জানে, মান অভিমান সকলো বাদ দি আজিয়েই তোমাক প্ৰাণভৰি ভালপাওঁ দিয়া ।

Assamese Shayeri

10.যি প্রেমে নােহােৱা কৰিব। 
পাৰে মৃত্যু ভয়, 
সেই প্রেমে অমৰ হয়। 
💖❤💓💞😍




11.Mon'or Kitap khon't Mur Hridoyor Premere Likha Aase Mathu Tumarei Naam Musibo Khujileo Musibo Nuwariba Kiyonu Mor Bhaal Puaei Hol Enekuwa.



12.ভালপােৱা, ভাল লগা অকস্মতে হয় 
কিন্তু স্মৃতিবােৰ চিৰযুগমীয়া হৈ ৰয় 😍💝💓💘❣💕💞



13.Ei Premtou Je Kenekoi Ketiya Kar Logot Hoy Jay Koneo Najane Ei Eta Enekua Ghor Jar Kono Dorja Nai.


14. Tumi xodai hahi thakiba 
Tumi hahile mur xopune baagor xolai 
Tumi hahile mur bukut baro mahe xewali fule 
TUmi hahile mur hiyat xaadhonar egosi saaki jole 
Tumi hahile mur xemeka sokujuri xukhere uposi pore..💛 💚 💙 💜 🖤 ❣️ 💕 💞 💓 💗 💖 💘

Assamese love Shayeri

15.Monor Kitapkhonit Mor Hridoyor Premere Likha Aase Matho Tomarei Nam Mosibo Khujileo Mosibo Nuwariba Kiyonu Mor Premei Hol Tenekuwa.



16.যদি কাৰোবাক ভালপাইছা ভালপোৱা এনেকৈ দিয়া যাতে তেওঁ তোমাক প্ৰৱঞ্চনা কৰিবলৈও এশবাৰ ভাবিব লগা হয় ।



17.মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়…. প্ৰেম হৈ গলে ৰূপৰ মূল্য জোখা নহয়।তোমালৈ মোৰ মৰম কিমান আছে কব নোৱাৰিম কিয়নো….পচন্দ হুৱা কোনো বস্তুৰ মূল্য জোখা নহয়।




18.তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা আঁতৰি থাকিবলৈও কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা,তেওঁতকৈ ভাল আৰু কোনেও তোমাক পাব নোৱাৰে ।



19.Karubak Pahori Jua TU Kothin Nohoi, Kintu Kothin Hoise Teur Hoite Kotua Homoi Khini Pahori Jua!


20.Tumi Mur Ketiau Nuhua Jaanu Tothapitu Tumar Karne Opekha Koru Kijani Ketiaba Bisax korae Muk Bhaal Pua'r Gobhirota




Thank You For Visiting Our Small Site 🙏


Tags: Assamese Shayari, Assamese love Shayeri, Assamese sms, Assamese love sms, Assamese Romantic Shayeri, Assamese, Assamese sad sms, Assamese sad Shayeri, Assamese Heart broken Shayeri, 

Diwali Wishes In Hindi 2019 । Happy Diwali Images । Diwali 2019 । Diwali Images । Happy Diwali 2019

आप सभी को दिवाली 2019 की हार्दिक शुभकामनाएं। See  diwali wishes in hindi  best collections here in this post with some very sweet  happy d...